You can access the distribution details by navigating to My pre-printed books > Distribution

Add a Review

Gulliver's Travel (Assamese Translation) (eBook)

Type: e-book
Genre: Literature & Fiction
Language: Assamese
Price: ₹99
(Immediate Access on Full Payment)
Available Formats: PDF, EPUB

Description

১৭২৬ চনত প্ৰকাশিত জোনাথান চুইফ্টৰ গালিভার্চ ট্রেভেল্চ এখন মনোৰঞ্জনকাৰী শিশু কাহিনী ৰূপে বহুলভাৱে পৰিচিত। দৈৱদুৰ্বিপাকত একাধিক অজান দেশত উপস্থিত হ’ব লগা হোৱা গালিভাৰে দেখা পোৱা কেতবোৰ অসাধাৰণ আচহুৱা দৃশ্য আৰু অভিজ্ঞতাৰ নির্লিপ্ত এক ধীৰ ভঙ্গীৰে কিন্তু অসামান্য পুঙ্খানুপুঙ্খভাৱে কৰা বৰ্ণনাৰে সমৃদ্ধ আপাততঃ ই এলানি ভ্ৰমণ কাহিনী। চাৰ আইজাক নিউটনৰ মৃত্যুৰ দুবছৰৰ পূৰ্বে প্ৰকাশিত এই কাহিনী দৰাচলতে ১৮শতিকাৰ বিজ্ঞান, সমাজ আৰু ৰাজনীতিৰ নিৰ্মোহ আৰু তীক্ষ্ণ ব্যঙ্গাত্মক সমালোচনা। জৰ্জ অৰৱেলৰ ভাষাত গালিভার্চ ট্রেভেল্চত ‘মানৱ সভ্যতা কমেও তিনিটা দিশৰ পৰা সমালোচনাৰে ধৰাশায়ী হৈছে।’ ইয়াক বিজ্ঞান কল্পকাহিনীৰো পূৰ্বসূৰী বুলিব পাৰি।
ই-বুক ৰূপত উপলব্ধ অনুবাদকৰ আনকেইখনমান গ্ৰন্থ -
<strong>সিদ্ধাৰ্থ, এটি ভাৰতীয় কাহিনী</strong> www.bit.ly/siddhartha-assamese
<strong>বাৰ বছৰ এজন দাস</strong> www.bit.ly/12years-assamese
<strong>উদ্বেগ আৰু অনুদ্বেগ (ৰচনা সংকলন)</strong> www.bit.ly/essays-jbs

Book Details

ISBN: 9781908368102
Publisher: ACCB Publishing
Number of Pages: 455
Availability: Available for Download (e-book)

Ratings & Reviews

Gulliver's Travel (Assamese Translation)

Gulliver's Travel (Assamese Translation)

(Not Available)

Review This Book

Write your thoughts about this book.

Currently there are no reviews available for this book.

Be the first one to write a review for the book Gulliver's Travel (Assamese Translation).

Other Books in Literature & Fiction

Shop with confidence

Safe and secured checkout, payments powered by Razorpay. Pay with Credit/Debit Cards, Net Banking, Wallets, UPI or via bank account transfer and Cheque/DD. Payment Option FAQs.